দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ

দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ

উক্ত পুথিখনত দ্বীনৰ ওপৰত অবিচল থকাৰ কিছুমান উপায় আলোচনা কৰা হৈছে।বিশেষকৈ অন্যায়-অত্যাচাৰ ও যুলুম-নিৰ্যাতনৰ সময়ত এজন মুছলিমৰ কৰণীয় কি সেয়া কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে।

Publisher: islamhouse.com

Book Translator: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী