অসমীয়া Assamese

22 books

Assamese

Showing 1–22 of 22 books

তিনিটা মৌলিক নীতি আৰু তাৰ প্ৰমান সমূহ

মুহাম্মদ বিন আব্দুল ওৱাহ্হাব

Assamese2015

এইটো মুহাম্মদ ইবন আব্দুল ওৱাহহাব - ৰাহিমাহুল্লাহ - ৰচিত এখন সংক্ষিপ্ত ও মূল্যবান পুস্তিকা।ইয়াত অতি সংক্ষেপে মানৱ জীৱনৰ মৌলিক কৰ্তব্য

39 pages4,875

ইছলামী দৃষ্টিকোণত অলী-আউলিয়া আৰু পূণ্যবান লোকসকলৰ অছিলা গ্ৰহণ

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ

Assamese2015

চমু বিৱৰণী পুস্তিকাটোত কোৰআন আৰু ছুন্নাহৰ আলোকত অছিলা গ্ৰহণ কৰা আৰু যিহঁতক অছিলা হিচাপে গ্ৰহণ কৰা হয় সিহঁতৰ পৰিণাম সম্পৰ্কে আলোচনা কৰা হৈছে।

26 pages4,436

চাৰিটা নীতি

মুহাম্মদ বিন আব্দুল ওৱাহ্হাব

Assamese2015

এইটো এখন সংক্ষিপ্ত পত্র বিশেষ, যিটো শ্বাইখুল ইছলাম মুহাম্মাদ ইবন আব্দুল ওৱাহ্হাব ৰাহিমাহুল্লাহে লিখিছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে। আৰু মুশ্বৰিকসকলৰ দাবী কৰা শ্বাফা‘আত আৰু…

17 pages4,684

লা ইলা-হা ইল্লাল্লাহৰ তাৎপৰ্য আৰু তাৰ দাবী

আব্দুল কাৰীম আব্দুল মাজীদ আদ্দিৱান

Assamese2015

লা ইলা-হা ইল্লাল্লাহৰ তাৎপৰ্য আৰু তাৰ দাবীচমু বিৱৰণী এইটো শ্বাইখ আব্দুল কাৰীম আদ্দিৱানে লিখা এখন পুস্তিকা বিশেষ।

27 pages4,326

ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন

মুহাম্মদ আল-আমীন আশ্ব-শ্বানক্বীতি

Assamese2016

“ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন” পুথিখন দৰাচলতে এটা ভাষণ, যিটো শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ আল-মুখতাৰ আশ্ব-শ্বানকীতী ৰাহিমাহুল্লাহে মছজিদে নবৱীত প্ৰদান কৰিছিল। ইয়াত তেখেতে পৃথিৱীৰ সকলো বিষয় পৰিচালিত হোৱা এনে দহটা…

60 pages4,407

মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান

ছলেহ ইবনে ফাওজান আল-ফাওজান

Assamese2016

মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ

135 pages4,169

যাকাত আৰু ছওম বিষয়ক দুটা পুস্তিকা

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ

Assamese2016

যাকাত আৰু ছওম সম্পৰ্কীয় পুস্তিকা দুটা শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহে ৰচনা কৰিছে, য’ত তেখেতে যাকাত আৰু ছিয়ামৰ মৌলিক বিষয়সমূহ অত্যন্ত সুন্দৰ আৰু সহজ-সৰল ভাষাত কোৰআন আৰু…

37 pages4,723

ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা

শ্বাইখ আবু বকৰ মুহাম্মদ যাকাৰিয়্যাহ

Assamese2016

ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা…

37 pages4,951

আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা

শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

Assamese2015

আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা: পুথিটোত আল্লাহ্‌ৰ তাওহীদ; ফিৰিস্তা সকল, ঐশী পুথি, ৰাছুল সকল, আখিৰাত বা পৰকাল আৰু তাকদীৰৰ প্ৰতি ঈমান অনাৰ ক্ষেত্রত আহলে ছুন্নাত ওৱাল জামা‘আতৰ আক্বিদা-বিশ্বাস বৰ্ণনা কৰা…

74 pages4,347

হিছনুল মুছলিম

ছাঈদ বিন আলী বিন অহাফ আল কাহতানী

Assamese2015

হিছনুল মুছলিম বা মুছলিমৰ দুৰ্গ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিখা এই পুথিখন বিশ্বৰ কেইবাটাও ভাষাত অনুবাদ হৈছে। আলহামদুলিল্লাহ, অসমীয়া জ্ঞানধাৰী লোক সকলৰ সুবিধাৰ্থে অসমীয়া ভাষাত ইয়াৰ অনুবাদ সম্পন্ন হ’ল।

176 pages4,132

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ

Assamese2015

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ

41 pages4,505

সুখি জীৱনৰ কিছুমান উপকাৰী উপায়

আব্দুৰ ৰহমান বিন নাছিৰ আচ-চাদী

Assamese2015

সুখি জীৱনৰ কিছুমান উপকাৰী উপায়: পুস্তিকাটোত এনে কিছুমান উপায়-পদ্ধতি আলোচনা কৰা হৈছে, যিবোৰ পালন কৰিলে অন্তৰৰ সুখ-শান্তি লাভ হ’ব আৰু দুখ-চিন্তা দূৰ হ’ব।

31 pages4,091

জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআত

মুহাম্মদ নাছিৰুদ্দিন আলবানী

Assamese2015

জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআত উক্ত কিতাপ খনত লেখকে জানাযাৰ মছলা মাছাইল সমূহ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিপিবদ্ধ কৰিছে। কিতাপ

44 pages3,876

ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা

শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

Assamese2015

ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা নামৰ উক্ত কিতাপখন শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমান ৰাহিমাহুল্লাহ ৰচিত। ইয়াত তেখেতে ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা চৰিয়তি প্ৰমানাদি আৰু যুক্তিৰে অতি স্পষ্টকৈ লিপিবদ্ধ কৰিছে। কিতাপখন প্ৰত্যেকৰে বাবে…

100 pages4,374

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

Assamese2015

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ

83 pages4,504

দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

Assamese2015

“দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা” পুস্তিকাটোত দ্বীন ইছলাম বা ইছলামী জীৱনব্যৱস্থাৰ কিছুমান সৌন্দৰ্য বৰ্ণনাৰ গুৰুত্ব আৰু দ্বীন ইছলামৰ কিছুমান সৌন্দৰ্য আৰু পৰিপূৰ্ণতাৰ নিদৰ্শন দাঙি ধৰা হৈছে।

38 pages3,992

এটা বাৰ্তা মাথোন

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

Assamese2015

এটা বাৰ্তা মাথোন। এই পুস্তিকাত তাওহীদৰ অভিন্ন বাৰ্তা সম্পৰ্কে আলোচনা কৰা হৈছে, যিটো সকলো নবী আৰু ৰাছুলে প্ৰচাৰ কৰিছে, সেই আদম আলাইহিচ ছালামৰ পৰা আদি কৰি আমাৰ প্ৰিয় নবী মুহাম্মাদ…

26 pages4,550

ছুন্নতে ৰাছুল খামুচি ধৰা আৰু বিদ‘আতৰ পৰা সতৰ্ক থকা অপৰিহাৰ্য

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ

Assamese2015

উক্ত পুস্তিকাটোত কোৰআন আৰু ছহীহ হাদীছ দৃঢ়তাৰে ধাৰণ কৰা আৰু বিদআত পৰিহাৰ কৰা বিষয়টো দাঙি ধৰা হৈছে।

22 pages4,053

দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ

মুহাম্মদ ছলেহ আল মুনাজ্জিদ

Assamese2016

উক্ত পুথিখনত দ্বীনৰ ওপৰত অবিচল থকাৰ কিছুমান উপায় আলোচনা কৰা হৈছে।বিশেষকৈ অন্যায়-অত্যাচাৰ ও যুলুম-নিৰ্যাতনৰ সময়ত এজন মুছলিমৰ কৰণীয় কি সেয়া কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে।

58 pages4,594

অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নোত্তৰ

আব্দুৰ ৰহমান বিন নাছিৰ আচ-চাদী

Assamese2016

এই পুস্তিকাটোত ঈমান আৰু আক্বীদা সম্পৰ্কিত অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ কৰ্তব্য। সেয়ে প্ৰশ্ন উত্তৰ আকাৰত প্ৰস্তুত কৰা হৈছে যাতে বুজাত সহজ হয়।

44 pages4,784

তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়]

আব্দুৰ ৰাজ্জাক্ব বিন আব্দুল মুহছিন আল-আব্বাদ আল-বদৰ

Assamese2016

উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত…

65 pages3,468

চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা

শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

Assamese2016

এই পুস্তিকাটোত দ্বীনৰ পৰিপূৰ্ণতা আৰু নিখুঁত হোৱা আৰু বিদ‘আতীসকলৰ বিভিন্ন আপত্তি লগতে সিহঁতৰ বিভিন্ন যুক্তিৰ উত্তৰ কোৰআন আৰু ছুন্নাহৰ আলোকত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। ইয়াৰ বাহিৰে পুস্তিকাটোত ৰাছুলুল্লাহ চাল্লাল্লাহু…

33 pages3,701