القائمة الرئيسية
  • plurk
Muslim Library | The Comprehensive Muslim e-Library
APP
آخر تحديث 10-10-2017
الثلاثاء, 24 مارس 2026
شوال 5, 1447
Number of Books 10418
قناة الجامع لعلوم القرآن - Al-Jami' Channel for Quranic Sciences

মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান

মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান

মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান

নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম নাৰীসকলৰ সন্মান হৰণ আৰু মৰ্যদাপূৰ্ণ স্থানৰ পৰা বিচ্যুত কৰাৰ নিমিত্তে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে। এতেকে, তেওঁলোকক সচেতন কৰা আৰু তেওঁলোকৰ সন্মুখত মুক্তিৰ নিৰ্দেশনা স্পষ্ট কৰাৰ বিকল্প নাই।
উক্ত পুথিখনত এই বিষয়টোকে স্পষ্ট কৰা হৈছে।