القائمة الرئيسية
  • plurk
المكتبة الإسلامية الإلكترونية الشاملة
APP
آخر تحديث 2-11-2016
الجمعة, 27 فبراير 2026
رمضان 10, 1447
عدد الكتب 10414
قناة الجامع لعلوم القرآن - Al-Jami' Channel for Quranic Sciences
তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়]

তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়]

উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।

مؤلف الكتاب: আব্দুৰ ৰাজ্জাক্ব বিন আব্দুল মুহছিন আল-আব্বাদ আল-বদৰ

الناشر: islamhouse.com

مترجم الكتاب: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

عدد زيارات الكتاب: 5303

عدد تحميل الكتاب: 2829

لغة الكتاب Assamese

চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা

চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা

এই পুস্তিকাটোত দ্বীনৰ পৰিপূৰ্ণতা আৰু নিখুঁত হোৱা আৰু বিদ‘আতীসকলৰ বিভিন্ন আপত্তি লগতে সিহঁতৰ বিভিন্ন যুক্তিৰ উত্তৰ কোৰআন আৰু ছুন্নাহৰ আলোকত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। ইয়াৰ বাহিৰে পুস্তিকাটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইত্তেবা বা অনুকৰণ সাব্যস্ত হোৱাৰ বাবে যিবোৰ বিষয় প্ৰয়োজনীয় সেইবোৰ সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে।

مؤلف الكتاب: শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

الناشر: islamhouse.com

مترجم الكتاب: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

عدد زيارات الكتاب: 4885

عدد تحميل الكتاب: 3090

لغة الكتاب Assamese