القائمة الرئيسية
  • plurk
المكتبة الإسلامية الإلكترونية الشاملة
APP
آخر تحديث 10-10-2017
الخميس, 02 أبريل 2026
شوال 14, 1447
عدد الكتب 10419
قناة الجامع لعلوم القرآن - Al-Jami' Channel for Quranic Sciences

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান
  • الناشر: islamhouse.com
  • مترجم الكتاب: ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
  • سنة النشر: 2015
  • عدد صفحات الكتاب: 83
  • عدد زيارات الكتاب: 7885
  • عدد تحميل الكتاب: 4136
  • لغة الكتاب Assamese
  • عدد القراءة: 3535

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান

এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ লিখিত এটা গুৰুত্বপূৰ্ণ পুস্তিকা ‘আদ-দুৰুছুল মুহিম্মাহ লি আম্মাতিল উম্মাহ’-ৰ ব্যাখ্যাগ্ৰন্থ। ইয়াত তেখেতে মুছলিম উম্মাহৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ যেনে, ঈমান আৰু ইয়াৰ নীতিমালা, ইছলাম আৰু ইয়াৰ ৰুকনসমূহ আলোচনা কৰিছে। ফলত ইয়াত স্থান পাইছে তৌহীদ আৰু ইয়াৰ প্ৰকাৰসমূহ, শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰ, ছালাত আৰু তাৰ আহকামসমূহ, আখলাক আৰু শিষ্টাচাৰ।ব্যাখ্যা কৰিছে শ্বাইখ আব্দুল আজীজ বিন দাউদ আল-ফায়েজ।