القائمة الرئيسية
  • plurk
المكتبة الإسلامية الإلكترونية الشاملة
APP
آخر تحديث 10-9-2025
الخميس, 11 ديسمبر 2025
جمادى الآخر 20, 1447
عدد الكتب 10408
قناة الجامع لعلوم القرآن - Al-Jami' Channel for Quranic Sciences

ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন

ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন
  • الناشر: islamhouse.com
  • مترجم الكتاب: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
  • سنة النشر: 2016
  • عدد صفحات الكتاب: 60
  • عدد زيارات الكتاب: 6077
  • عدد تحميل الكتاب: 2596
  • لغة الكتاب Assamese
  • عدد القراءة: 2541

“ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন” পুথিখন দৰাচলতে এটা ভাষণ, যিটো শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ আল-মুখতাৰ আশ্ব-শ্বানকীতী ৰাহিমাহুল্লাহে মছজিদে নবৱীত প্ৰদান কৰিছিল। ইয়াত তেখেতে পৃথিৱীৰ সকলো বিষয় পৰিচালিত হোৱা এনে দহটা মহান বিষয়ৰ প্ৰতি আলোকপাত কৰিছে যাৰ সমাধান কোৰআনৰ মাধ্যমত প্ৰদান কৰিছে। বিষয়সমূহ হৈছে:
প্ৰথম: আল্লাহৰ তাওহীদ। দ্বিতীয়: উপদেশ। তৃতীয়: সৎকৰ্ম আৰু আন আন কৰ্মৰ মাজত পাৰ্থক্য। চতুৰ্থ: চৰিয়তৰ বিধানৰ বাহিৰে আন বিধানেৰে বিচাৰ-ফয়ছালা (মীমাংসা) কৰা। পঞ্চম: সামাজিক অৱস্থা। ষষ্ঠ: অৰ্থনীতি। সপ্তম: ৰাজনীতি। অষ্টম: মুছলিমসকলৰ ওপৰত কাফিৰসকলৰ প্ৰভাৱ বিস্তাৰজনিত সমস্যা। নৱম: সংখ্যাত আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত কাফিৰসকলৰ প্ৰতিৰোধত মুছলিমসকলৰ দুৰ্বলতাজনিত সমস্যা। দশম: সমাজৰ মাজত আন্তৰিক অনৈক্যজনিত সমস্যা